গুৱাহাটী: গুৱাহাটীস্থ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক মেগা স্কলাৰশ্বিপ (ছাত্ৰবৃত্তি)-ৰ কথা ঘোষণা কৰিছে। দেশৰ যিকোনো স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰবৃত্তি পৰীক্ষাত অংশগ্ৰহণ কৰি ৫ কোটি টকা পৰ্য্যন্ত স্কলাৰশ্বিপ লাভ কৰিব পাৰে। অহা ২৯ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ছাত্ৰবৃত্তি পৰীক্ষাত বহিবলৈ আগ্ৰহী পৰীক্ষাৰ্থীসকলে ২৮ মে’ৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। দশম শ্ৰেণীত উত্তীৰ্ণ বা কলা, বিজ্ঞান বা […]