নিউজ ডেস্ক- এতিয়াৰে পৰা শিক্ষা বিষয়াই অনলাইনতে বিদ্যালয় পৰিদৰ্শন কৰিব। আগৰ পৰিদৰ্শন ব্যৱস্থাৰ পৰিৱৰ্তে শিক্ষা বিষয়াসকলে কার্যালয়তে বহি বিদ্যালয়সমূহ অনলাইনত পৰিদৰ্শন কৰিব। শিক্ষা বিষয়াসকলে জাৰি কৰা নিৰ্দেশ অনুসৰি শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীক পাঠদান কৰাৰ লগতে অনলাইনত তথ্য আপল’ড কৰিব লাগিব আৰু সেই তথ্যৰ আধাৰতে শিক্ষা বিষয়াই কাৰ্যালয়ত বহি অনলাইন ব্যৱস্থাৰে বিদ্যালয় পৰিদৰ্শন কৰিব। উল্লেখ্য যে, বিদ্যালয়সমূহত যিবোৰ […]