গুৱাহাটীঃ মুক্তি লাভ কৰিলে প্ৰথমখন অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’। শ্ৰী মন্ত কলাক্ষেত্ৰৰ ডo বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত মুক্তি লাভ কৰিলে চিনেমাখনে। টি ডি ফিল্ম ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক আৰু প্ৰযোজক হৈছে তৰুণাভ দত্ত। সম্পূৰ্ণ ন বছৰীয়া পৰিকল্পনাৰে নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনত প্ৰায় ৮০% ভি এফ এক্স আৰু ৩ডি এনিমেচনেৰে ভৰপূৰ। চিনেমাখনত অভিনয় কৰিছে […]