Posted inঅসম

প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীৰ

জামুগুৰিহাট/গোলাঘাটঃ শাৰদীয় দুৰ্গোৎসৱ দুৱাৰদলিত। দুৰ্গোৎসৱলৈ হাতত মাথো দুটা দিন বাকী। সকলো প্ৰান্ততে কেৱল ব্যস্ততাময় পৰিৱেশ। দিনে-নিশাই প্ৰতিমা নিৰ্মাণকাৰী প্ৰতিষ্ঠানত যুদ্ধংদেহি ব্যস্ততা।  জামুগুৰিহাট, খুমটাই,গোলাঘাটতো মৃৎ শিল্পীসকলৰ অন্তহীন ব্যস্ততা। বিগত বৰ্ষত কভি’ড সৃষ্ট পৰিৱেশৰ বাবে দুৰ্গা পূজা অনুষ্ঠিত নহ’ল যদিও এইবাৰ কভি’ডৰ নিয়ম পালন কৰি ইতিমধ্যে পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰাৰ পাছত মৃৎ শিল্পীসকল উৎসাহিত হৈ […]