Posted inঅসম

বৈদ্যুতিক তাঁৰত লাগি এছ ডি আৰ এফ জোৱান গুৰুতৰ ভাৱে আহত

তেজপুৰঃ বালিপাৰাৰ খনামুখত জীয়াভৰলী নৈত বৈদ্যুতিক তাৰত লাগি এছ ডি আৰ এফ জোৱান গুৰুতৰ ভাৱে আহত। দেওবাৰে ভালুকপুঙৰ পৰা জীয়াভৰলী নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা এজন যুৱকৰ সন্ধান চলাই থকা অৱস্থাত উন্মুক্ত বৈদ্যুতিক তাঁৰত লাগি গুৰুতৰ ভাবে আহত হয় জোৱানজন। লগতে পঢ়কঃভাদ মহীয়া বানত ডুবিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল নৈখনৰ মাজত উন্মুক্ত […]