নিউজ ডেস্ক: ভাৰতত শীঘ্ৰেই গাড়ীত যাত্ৰা কৰাৰ সময়ত প্ৰতিজন আৰোহীয়ে ছিটবেল্ট পিন্ধাটো বাধ্যতামূলক কৰা হ’ব। অলপতে এক শোকাৱহ পথ দুৰ্ঘটনাত টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰিৰ মৃত্যুৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়। গাড়ীৰ যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি গাডকাৰীয়ে উল্লেখ কৰে। বাহনখনত […]