নিউজ ডেস্ক- মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীয়ে পৰৱৰ্তী পৰীক্ষা দিবলৈ পুনৰ দশম শ্ৰেণীত নামভৰ্তি কৰিব লাগিব। প্রাইভেট ব্যৱস্থাৰে এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব কোনো শিক্ষাৰ্থী। এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। উল্লেখ্য যে, নতুন শিক্ষানীতিৰ অনুসৰি ৰাজ্যত অহা বছৰৰ পৰা অন্য শ্ৰেণীৰ পৰীক্ষাৰ দৰেই হৈ পৰিব মেট্ৰিক পৰীক্ষা। সেইবাবে শিক্ষা বিভাগ আৰু ছেবাই […]