গুৱাহাটী, ছৰফৰাজ খান: ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ সমূহৰ অৱস্থা দিনক দিনৰ অধিক শোচনীয় হৈ পৰিছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ অৱস্থাকলৈ চিন্তা ব্যক্ত কৰিছে। মুখ্য মন্ত্ৰীয়ে আগন্তক ১০ বছৰত ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষকসকল স্বইচ্ছাই অৱসৰ গ্ৰহণ কৰিব লগীয়া এক পৰিৱেশ আহিব পাৰে বুলিও মন্তব্য প্ৰকাশ কৰিছে। কিন্তু মহানগৰী গুৱাহাটীৰ এখন চৰকাৰী […]
Tag: SEBA
Posted inঅসম