নিউজ ডেস্কঃ দেশত ‘অগ্নিপথ’ আঁচনিৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘অগ্নিপথ আঁচনি’ৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ জুই শুকুৰবাৰে দক্ষিণ ভাৰতলৈয়ো বিয়পি পৰে। হায়দৰাবাদ, নলগোণ্ডাতো ৰেল অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। শুকুৰবাৰে পুৱাই ছেকেন্দ্ৰাবাদ ষ্টেচনত ৰখাই থোৱা এখন যাত্ৰীবাহী ৰে’লত প্ৰতিবাদকাৰী সকলে অগ্নিসংযোগ কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে। ইতিমধ্যে আৰক্ষীৰ […]