Posted inঅসম

কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ মাৰাত্মক মৰফিন

গুৱাহাটীঃ মঙলবাৰে কামাখ্যা ৰে’ল ষ্টেচনত কামাখ্যা ৰে’লৱে আৰক্ষী এটা টহলদাৰী দলে বৃহৎ পৰিমাণৰ মৰফিনসহ এজন যুৱকক আটক কৰে। ধৃত যুৱকজনৰ নাম সমীৰ খান আৰু তেওঁৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে। ২৬ বছৰীয়া যুৱকজনে কামাখ্যা ষ্টেচনৰ‌ দেৱাল পাৰ হৈ শৰাইঘাট এক্সপ্ৰেছত উঠিবলৈ চেষ্টা চলাওঁতেই ৰে’ল আৰক্ষীয়ে যুৱকজনক প্ৰত্যক্ষ কৰি আটক কৰে। আৰু পঢ়কঃমহানগৰী গুৱাহাটীত জব্দ […]