Posted inইষ্ট ম'জ' বিশেষ, সম্পাদকীয়

মৃত্যু ইমান সহজ! জীৱন ইমান বিষময়!

জীয়াই থকাৰ অজস্ৰ অজুহাত আছে। সেয়া মৃত্যুত নাই। প্ৰিয়জনৰ বুকুত মুখ গুজি এসোঁতা কান্দক, আই-পিতাইৰ মুখলৈ চাই চিঁঞৰি চিঁঞৰি কান্দক। নিসংগ হোৱাতকৈ ভালপোৱা জন্তু বা চৰাই এটাকে কাষলৈ আনক।

মাথো নিজক শেষ কৰি নেপেলাব। কাৰণ জীয়াই থকাৰ অজুহাত বহুত।

এইবাৰৰ সম্পাদকীয়ত সহজ মৃত্যু – কঠিন জীৱন!!