Posted inমুখ্যপৃষ্ঠা

T-20 World Cup: ছেমি ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত নিউজিলেণ্ড

নিউজ ডেস্কঃ টি-২০ বিশ্বকাপৰ আজি ছেমি ফাইনেল মেচত পাকিস্তানৰ হাতত পৰাস্ত হ’ল নিউজিলেণ্ড। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৫২ ৰান। মেচখনত পাকিস্তানৰ বেটছমেনে বহু ভাল খেল প্ৰদৰ্শন কৰে। নিউজিলেণ্ডে বান্ধি দিয়া ১৫৩ ৰানৰ টাৰ্গেট পাকিস্তানে অতি সহজে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তানে ১৯.১ অভাৰত ৩ টা উইকেট হেৰুৱাই […]