পেৰিছ ছেইণ্ট জাৰ্মেইনৰ আৰু ৰিয়েল মাদ্ৰিদৰ প্ৰাক্তন ডিফেণ্ডাৰ চাৰ্জিঅ’ ৰামোছে ল’লে আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ। সকলোৰে পৰিচিত চাৰ্জিঅ’ ৰামোছ আছিল আক্ৰমণাত্মক শৈলীৰে প্ৰতিপক্ষৰ দিশে বিজুলী বেগেৰে আগুৱাই অহা গৰিষ্ঠসংখ্যক ফুটবলাৰৰ বাবেই এক সন্ত্ৰাস। ৰামোছৰ জালত পৰিল মানেই বহু ফুটবলাৰৰ বাবে বল পেনাল্টী বক্সৰ ভিতৰলৈ লৈ যোৱাতো এক প্ৰকাৰৰ অসম্ভৱ আছিল। উল্লেখ্য যে, এটা সময়ৰ […]