Posted inNews

প্ৰচণ্ড শীত; আফগানিস্তানত প্ৰায় ৭০ জন লোকৰ মৃত্যু

শীতপ্ৰবাহৰ ফলত সৃষ্টি হোৱা প্ৰচণ্ড ঠাণ্ডাৰ ফলত আফগানিস্তানত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৭০ হাজাৰ গৰুৱে প্ৰাণ হেৰুৱাইছে। প্ৰাপ্ত বাতৰি অনুসৰি,  আফগানিস্তানত যোৱা সপ্তাহত সৰ্বনিম্ন তাপমাত্ৰা মাইনাছ ৩৩ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল। আফগান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে ঠাণ্ডাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এক টুইটযোগে তেওঁ লিখিছে, “প্ৰকৃতিৰ […]