নিউজ ডেস্ক: ১০৫ কোটি টকীয়া কেলেংকাৰীত নাম সাঙোৰ খাইছে তদানীত্বন ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ(SCERT) কাৰ্যবাহী তথা সঞ্চালক শেৱালী দেৱী শৰ্মা। ইতিমধ্যে এই বিয়াগোম কেলেংকাৰীত জড়িত IAS বিষয়া শেৱালী দেৱী শৰ্মাৰ লগতে আন ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা আন ৩জন লোক ক্ৰমে জোঁৱায়েক অজিত পাল সিং, বন্ধু আমিন আৰু ঘৰুৱা সহায়ক মাজনী […]