Posted inদেশ-বিদেশ

অবৈধ বাংলাদেশীয়ে ভাৰতত আহি চলাইছিল বীভৎস কান্ড

ভাইৰেল ভিডিঅ’ৰ মূল মানুহ কেইটা ধৰা পৰিছে বাংগালুৰুত।বীভৎস নিৰ্যাতন চলোৱা আটাইকেইটা অভিযুক্ত আৰু নিৰ্যাতিতা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰী। বাংগালুৰু আৰক্ষীয়ে ইতিমধ্যে আটাইকেইটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অপৰাধী কেইটাই বাংগালুৰুৰ এন আৰ আই কলনীত বাহৰ পাতি আছিল। নাৰী দেহ ব্যৱসায় আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত অভিযুক্ত কেইটাৰ বিৰুদ্ধে ৰামমূৰ্তি নগৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে […]