Posted inNews

ৰঞ্জিত বৰা হত্যাকাণ্ড: আৰক্ষীৰ জিম্মাৰ পৰা মাষ্টাৰমাইণ্ড শ্বাহ আলমৰ পলায়ন

পুৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰে বৃহস্পতিবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে। জানিব পৰা মতে,  সাতগাঁও আৰক্ষীৰ এটা দলে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰক লগত লৈ তদন্তৰ বাবে অভিযান চলাইছিল। সেই সময়তে পাঞ্জাবাৰী বতাহঘুলি অঞ্চলত অভিযান চলাই থকা অৱস্হাত চেগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন পৰে […]