Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

পাঠানে লাভ কৰিলে UA প্ৰমাণপ্ৰত্ৰ; চলিল চেঞ্চৰ বৰ্ডৰ কেঁচী

শ্বাহৰুখ খান অভিনীত বহু চৰ্চিত ছবি ‘পাঠান’ক চেন্ট্ৰেল বৰ্ড ফৰ ফিল্ম চাৰ্টিফিকেশ্য়ন চমুকৈ চি বি এফ চিয়ে অৱশেষত প্ৰদান কৰে ইউ এ প্ৰমাণপত্ৰ। চি বি এফ চিৰ পমাৰ্শ অনুসৰি বিশেষ কেইটামান দৃশ্য় ‘কাট’ কৰাৰ পিছত ছবিখনক ইউ এ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ছবিখনৰ পৰা বাদ পৰা দৃশ্য়সমূহৰ ভিতৰত আছে মূল অভিনেত্ৰী দিপীকা পাডুকনৰ কেইটিমান ক্লজ […]