Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

পপ গায়িকা ছাকিৰাৰ বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ: ৮বছৰ কাৰাদণ্ড ভুগিব পাৰে শিল্পীগৰাকীয়ে

নিউজ ডেস্কঃ বিপদত পৰিছে ‘পপ সম্ৰাজ্ঞী’ ছাকিৰা। সংগীতশিল্পীগৰাকী বিৰুদ্ধে কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে পপ গায়িকাগৰাকীয়ে আঠ বছৰৰ কাৰাদণ্ড ভুগিব পাৰে। কলম্বিয়াৰ তাৰকাগৰাকীয়ে ১.৪৫ নিযুত ইউৰোতকৈও অধিক কৰ ফাঁকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যদি এই অভিযোগ প্ৰমাণিত হয় তেন্তে ছাকিৰাই আঠ বছৰলৈকে কাৰাবাসৰ সন্মুখীন হ’ব পাৰে লগতে ছাকিৰাই ২.৩৫ নিযুত ডলাৰৰ অধিক জৰিমনাও […]