নিউজ ডেস্ক: বলীউডৰ ৬০/৭০ দশকৰ খলনায়িকা ৰূপে জনপ্ৰিয় অভিনেত্ৰী শশীকলাৰ মৃত্যু । শশীকলা ওমপ্ৰকাশ চাইগলৰ আজি মুম্বাইৰ কোলাবাত দুপৰীয়া ১২ বজাত মৃত্যু হয়।মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮৮ বছৰ। প্ৰায় ১০০খনৰো চলচ্চিত্ৰত অভিনয় কৰা শশীকলাই নায়িকাৰ লগতে খলনায়িকাৰ চৰিত্ৰও ৰূপায়ণ কৰিছিল। খলনায়িকাৰ চৰিত্ৰতে অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল শশীকলাই ।১৯৩২ চনৰ ৪ আগষ্টত জন্মলাভ কৰা শশীকলাই […]