Posted inদেশ-বিদেশ

শ্বীনা বৰাৰ হত্যাৰ গোচৰত জামিন লাভ ইন্দ্ৰানী মুখাৰ্জীৰ

নিউজ ডেস্ক: সুদীৰ্ঘ প্ৰায় ৭ বছৰৰ অন্তত শ্বীনা বৰা হত্যাৰ গোচৰত জামিন লাভ কৰিছে ইন্দ্ৰানী মুখাৰ্জীয়ে। উচ্চতম ন্যায়ালয়ে আজি দেশ কপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ জামিন মঞ্জুৰ কৰে। ‘’বিগত চাৰে ছয় বছৰ ধৰি ইন্দানী মুখাৰ্জী জিম্মাত আছে। তেওঁক জামিন মঞ্জুৰ কৰা হৈছে। বিচাৰ আদালতৰ সন্তুষ্টি সাপেক্ষে তেওঁক জামিনত মুকলি কৰি দিয়া […]