নিউজ ডেস্কঃ এতিয়া যেন প্ৰতিদিনে পাকিস্তানৰ চৰকাৰও সন্ত্ৰাসবাদৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে। এফালে যদি অৰ্থনৈতিক ভাৱে প্ৰতিদিনে পাকিস্তান খহিবলৈ আৰম্ভ কৰিছে আনফালে আকৌ ঠায়ে ঠায়ে সন্ত্ৰাসবাদ কাৰ্যকালাপো দিনক দিনে বৃদ্ধি পাইছে। বিগত প্ৰায় ৩ মাহ ধৰি পাকিস্তানত পুনৰ সক্ৰিয় হৈ উঠিছে সন্ত্ৰাসবাদৰ কাৰ্যকালাপ। যাৰ ফলত ঠায়ে ঠায়ে দেখা গৈছে বোমা বিস্ফোৰণ। যাৰ বাবে পাকিস্তান চৰকাৰে […]