নিউজ ডেস্কঃ বলীউড অভিনেতা ফাৰহান আখটাৰ আৰু তেওঁৰ প্ৰেমিকা শিবানী দাণ্ডেকাৰ অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে। ২১ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহৰ অভ্যৰ্থনা যদিও ইয়াৰ পূৰ্বে সম্পূৰ্ণ মাৰাঠী ৰীতি-নীতিৰে ১৯ফেব্ৰুুৱাৰীত ফাৰহান আখটাৰৰ খাণ্ডালা ফাৰ্ম হাউচত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। বিবাহৰ কাৰ্যসূচী অতি ব্যক্তিগত হ’ব য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলহে উপস্থিত থাকিব। আনকি সংবাদ মাধ্যমৰ […]