Posted inদেশ-বিদেশ

Shigella Virus: ফাষ্টফুড খাওতে সাৱধান! আক্ৰান্ত হ’ব পাৰে ‘Shigella’ ভাইৰাছত

নিউজ ডেস্কঃ ফাষ্টফুড খাওতে সাৱধান হ’ব কাৰণ আপুনিও আক্ৰান্ত হ’ব পাৰে ‘Shigella’ ভাইৰাছত। কেৰালাৰ চেৰুভাথুৰত চিকেন ৰ’ল খাই মৃত্যুমুখত পৰিছে এগৰাকী ১৬বছৰীয়া কিশোৰী। কেৰালা চৰকাৰে দিয়া তথ্য অনুসৰি, খাদ্য বিষক্ৰিয়াৰ আঁৰত ‘Shigella’ নামৰ এই বেক্টেৰিয়া বিধ থাকে। ইতিমধ্যে ৰাজ্যখনৰ ৩০গৰাকী লোক ‘Shigella’ ভাইৰাছত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈছে। ‘Shigella’ হৈছে এক প্ৰকাৰৰ ক্ষতিকাৰক বেক্টেৰিয়া। যিটো […]