নিউজ ডেস্ক- কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ’পেথীত (NEIAH) প্ৰজেক্ট IIৰ অংশ হিচাপে ছটা নতুন ভৱন উদ্বোধনেৰে সামৰ্থ্যৰ সম্প্ৰসাৰণ কৰে। ৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই নতুন ভৱনসমূহ নিৰ্মাণ কৰা হৈছে। এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি সোণোৱালে কয় যে এই অগ্ৰণী প্ৰতিষ্ঠানখনিৰ […]