Posted inদেশ-বিদেশ

খহি পৰিল নিৰ্মীয়মান মেঘালয় বিধানসভাৰ গম্বুজ

শ্বিলং: দেওবাৰে পুৱা মৌদিয়াংদিয়াঙত নিৰ্মীয়মান মেঘালয় বিধানসভা ভৱনৰ গম্বুজ ভাঙি পৰে। প্ৰাপ্ত তথ্য মতে, বাতৰি যুগুত কৰা সময়লৈকে ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। মেঘালয় বিধানসভাৰ নতুন ভৱনটোত আজি ভাঙি পৰা গম্বুজটো মাত্ৰ কিছুদিন পূৰ্বেহে তাত স্থাপন কৰা হৈছিল। ভৱনটোৰ এই নিৰ্মাণৰ বাবে যথেষ্ট সময় লাগিছিল। উল্লেখযোগ্য যে নতুন বিধানসভা ভৱন নিৰ্মাণৰ বাবে আজি […]