Posted inঅসম

নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতহে পৰিৱৰ্তন আহিল মাজুলীৰ জল পৰিবহণ ব্যৱস্থাৰ

মাজুলীঃ ৰাজ্য জোকাৰি যোৱা নিমাতীঘাটৰ সমীপত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনাৰ পাছতেই তৎপৰ হৈ পৰিছে চৰকাৰ-প্ৰশাসন। এই দুৰ্ঘটনাৰ পিছতেই যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰা তথা সুচল যাতায়তৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল-সংগঠনে। এই ভয়াবহ দুৰ্ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দীৰ্ঘদিনে বন্ধ হৈ থকা পৰিবহণ বিভাগৰ অত্যাধুনিক ৰ’-পেক্স ফেৰী সেৱা মুকলি কৰি দিয়ে […]