গুৱাহাটীঃ দেওবাৰে অলিম্পিক পদক বিজয়ী তথা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল মেচত কেৰালাৰ প্ৰতিদ্বন্দিক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। কেৰালাৰ কে এ ইন্দ্ৰজাৰ বিৰুদ্ধে ৭০-৭৫কেজি শাখাত কোৱাৰ্টাৰ ফাইনেল খেলখনত লাভলীনাই ৫-০ স্ক’ৰেৰে জয় লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। একেদৰে অসমৰ এগৰাকী মলযোদ্ধা ফুইলাও […]