Posted inNews

মহা শিৱৰাত্ৰিত নলবাৰীত উন্মোচন হ’ব বিশ্বৰ ষষ্ঠতম সুউচ্চ শিৱমূৰ্তি

১৮ ফেব্ৰুৱাৰী অৰ্থাৎ মহা শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচিত হ’ব সুউচ্চ শিৱ মূৰ্তি। এই মূৰ্তিটো বিশ্বৰ ভিতৰত ষষ্ঠতম উচ্চ বুলি জানিব পৰা গৈছে। ইয়াৰ উচ্চতা প্ৰায় ৯১ ফুট। নলবাৰীৰ শ্ৰী শ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই সুউচ্চ শিৱ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে,  নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত এই সুউচ্চ […]