নিউজ ডেস্ক: বিগত এসপ্তাহে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ দলে। পিছে ইমান দিনে এই বিধায়কসকলে কি কৰি সময় পাৰ কৰিছে? জানিব পৰা মতে, বিসম্বাদী বিধায়কসকলে ৰেডিছন ব্লুত দবা, লুডো খেলি পাৰ কৰিছে সময়। সূত্ৰ অনুসৰি, বিদ্ৰোহী বিধায়কসকলৰ আন কোনো গুৰুতৰ কাম নথকাত তেওঁলোকে দবা, লুডো আদি বিভিন্ন ইনড’ৰ গেম […]