নিউজ ডেস্কঃ দক্ষিণ কোৰিয়াৰ চেংৱনত অনুষ্ঠিত হৈ থকা শ্বুটিং ৱৰ্ল্ড কাপত ভাৰতীয় শ্বুটাৰ অৰ্জুন বাবুতাই পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত বিজয়ী হৈ দেশৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে। অৰ্জুনে টকিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী লুকাছ কোজেনেস্কিক এক পক্ষীয় ভাৱে ১৭-৯ চেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ২০১৬চনৰ পৰা ভাৰতক প্ৰতিনিধিত্ব কৰি অহা পঞ্জাৱৰ ২৩বছৰীয়া অৰ্জুনে […]