Posted inক্ৰীড়া

Shooting World Cup: ভাৰতীয় শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ভাৰতলৈ আনিলে চতুৰ্থটো সোণৰ পদক

নিউজ ডেস্কঃ দক্ষিণ কোৰিয়াৰ চেংৱানত অনুষ্ঠিত হৈ থকা Shooting World Cupত ভাৰতীয় শ্বুটাৰ ২১বছৰীয়া ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে অৰ্জন কৰিলে সোণৰ পদক। শনিবাৰে অনুষ্ঠিত হোৱা ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচন ইভেন্টত ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে হাংগেৰীৰ জালান পেকলাৰক ১৬-১২ ব্যৱধানত পৰাস্ত কৰে। তেওঁ ৫৯৩ স্ক’ৰ সৈতে qualification round ত- শীৰ্ষস্থান দখল কৰিছিল। ভাৰতে বৰ্তমানলৈকে আইএছএছএফ […]