Posted inNews

আই এছ এছ এফ বিশ্বকাপ শ্বুটিঙত স্থান লাভ হৃদয় হাজৰিকাৰ

নিউজ ডেস্ক- আই এছ এছ এফ বিশ্বকাপ শ্বুটিঙত স্থান লাভ হৃদয় হাজৰিকাৰ। অসমৰ শ্বুটাৰ হৃদয় হাজৰিকাই আই এছ এছ এফ বিশ্বকাপ শ্বুটিঙলৈ ঘোষণা কৰা ভাৰতীয় দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে এন আৰ এ আয়ে ১৪ আগষ্টৰ পৰা আজাৰবাইজানৰ বাকুত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ ভাৰতীয় দলটো ঘোষণা কৰে। প্ৰতিযোগিতাখনত অসম সন্তান হৃদয় হাজৰিকাই অংশগ্ৰহণ কৰিব। […]