Posted inঅসম

বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক

যোৰহাট : বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক। শ্ৰেষ্ঠ সামাজিক সচেতনতা ছবিৰ বঁটা লাভ‌ কৰিলে ‘অনীহা’ই। ‘অনীহা’ এনে এখন চুটি ছবি যিখন ছবিয়ে পৰিৱেশ দিৱসত মুক্তি পোৱা ক্ষণৰ পৰাই পুৰস্কাৰ লাভ কৰি আহিছে। যোৱা ৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত […]