Posted inNews

শ্ৰীনিৱাসৰ বাংগালুৰুৰ বাসগৃহত অসম আৰক্ষীৰ দল

নিউজ ডেস্কঃ জেষ্ঠ্য কংগ্ৰেছী নেতা শ্ৰীনিৱাসলৈ দিছপুৰ আৰক্ষীৰ চমন। শ্ৰীনিৱাসক বিচাৰি APS মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে বাংগালুৰুৰ বাসগৃহত বিচাৰি গৈছিল যদিও বিচাৰি নাপালে। যাৰ বাবে অসম আৰক্ষীৰ দলটোৱে ঘৰৰ বেৰত আঁৰিলে জাননী। ২ মে’ ২০২৩ মঙলবাৰৰ দিনৰ ১১ বজাৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । যদি নিৰ্ধাৰিত সময় অনুসৰি […]