গুৱাহাটী : ক’ভিড-১৯ৰ বিৰুদ্ধে অসমৰ চলি থকা যুঁজক সমৰ্থন কৰি, টিএমটি বাৰৰ অন্যতম আগশাৰীৰ উৎপাদক আৰু নিৰ্মাতা শ্যাম ষ্টীল ইণ্ডিয়াই অসম চৰকাৰক অক্সিজেন কনচেণ্ট্ৰেটৰ দান কৰিছে। কোম্পানীটোৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰক ২৫ টা অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান কৰে। “মহামাৰীৰ বিৰুদ্ধে যুঁজত আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ সামূহিক প্ৰচেষ্টা আৰু যুঁজাৰু মনোভাৱক আমি […]