Posted inঅসম

শিৱসাগৰ নগৰত ভূমি বিবাদ এটুকুৰা মাটিক কেন্দ্ৰ কৰি খণ্ডযুদ্ধ,আৰক্ষীৰ পৰিস্থিতি নিয়ন্ত্ৰণ

শিৱসাগৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত খণ্ডযুদ্ধ।খাটপথাৰত এটুকুৰা মাটিক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত এক হতাহতিৰ পৰিস্থিতি সৃষ্টি হয়।আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । খাটপথাৰৰ এটুকুৰা মাটিক দুটা পক্ষই নিজৰ বুলি দাবী কৰাৰ পাছতে সৃষ্টি হয় এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ। এটা পক্ষই এজন মানুহৰ পৰা মাটি ক্ৰয় কৰা বুলি দাবী কৰি মাটিৰ নথি-পত্ৰ […]