Posted inঅসম

অনলাইন গেমছ PUBG খেলি সৰ্বস্বান্ত হ’ল শিৱসাগৰৰ এটা পৰিয়াল

শিৱসাগৰ: শিৱসাগৰত মোবাইল গেম খেলিবলৈ ১৯ লাখ টকা লুট। মাতৃৰ বেংক একাউণ্টৰ পৰা চাৰি কিশোৰে সৰকালে এই বৃহৎ পৰিমাণৰ ধন। অনলাইন পাব্ জী গেমক লৈ সাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি থকা সময়তে শিৱসাগৰত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা । নাবালক পুত্ৰই মাতৃৰ ম’বাইল ফোনেৰে পাবজী খেলি থকাৰ মাজতে পৰিয়ালটোৰ বেংক একাউন্টৰ পৰা উলিয়াই লৈ […]