Posted inNews

ভিডিঅ’ জৰিয়তে ক্ষমা খুজিলে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে, ভিডিঅ’ জৰিয়তে ক্ষমা কৰা নহ’ব- AJYCP

নিউজ ডেস্ক: অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে। এক ভিডিঅ’ জৰিয়তে বৰ্তমান পলায়ন কৰি ফুৰা ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰে ক্ষমা বিচাৰে। উল্লেখ্য যে, যোৱা ২৭ এপ্ৰিল তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য লক্ষ্যদাস পানীকৰে প্ৰধানমন্ত্ৰীৰ জল-জীৱন আঁচনিৰ কাম ভালদৰে সম্পূৰ্ণ নকৰাৰ বাবে ঠিকাদাৰ নিৰ্মল কুমাৰ ম’ৰক মুখামুখিকৈ অভিযোগ উত্থাপন কৰিছিল। যাৰ বাবে […]