Posted inNews

বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ

শিৱসাগৰ : শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা কিশোৰী গৰাকী এজন লোকৰ ঘৰত বনকৰা হিচাপে আছিল। কিশোৰী গৰাকী আন্তঃসত্বা আছিল বুলি চিকিৎসকে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক জানিবলৈ দিছিল। শিৱসাগৰ জিলাৰ ডিমৌৰ নেমুগুৰি দেউৰিটিংত এজন লোকৰ ঘৰত বনকৰা হিচাপে থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনকভাৱে […]