Posted inঅসম

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন, আহত ২৬ জন

চিলাপথাৰ : চিলাপথাৰত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় এজন লোক। আহত হয় ২৬ জনকৈ লোক। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা জনক। চিলাপথাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় ২৬ জনকৈ লোক। পথৰ ওপৰতে এখন ট্ৰাক বাগৰি পৰাত এজন […]