Posted inNews

শিলচৰত পথ দুৰ্ঘটনা; নিহত তিনিজন, আহত এজন

নিউজ ডেস্ক- ৰাজ্যত দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। পুনৰ কালি সংঘটিত হয় এক দুৰ্ঘটনা। কালি শিলচৰত স্কুটি আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। নিশা প্ৰায় ১বজাত ৰামনগৰ বাইপাছত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত তিনিজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে,  দুৰ্ঘটনাটোত নিহত ব্যক্তি তিনিজন ক্ৰমে […]