Posted inঅসম

শিল্পী দিৱসত ৰাজ্য চৰকাৰে আগবঢ়ালে বিশিষ্ট শিল্পীলৈ সন্মান

শিল্প সাধনাৰ আলোকযাত্ৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পুণ্যতিথিৰ সৈতে সংগতি ৰাখি আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ “শিল্পী দিৱস, ২০২২” উদযাপন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ কলা-সংস্কৃতিৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে যশস্বী সংগীত শিল্পীদ্বয় ড° অপৰ্ণা বুজৰবৰুৱা আৰু […]