Posted inNews

নামঘৰ ভাঙি শিলসাঁকোত গৃহনিৰ্মাণ উন্নয়ণ সমিতিৰ

নিউজ ডেস্ক- চৰকাৰ আৰু GMDAৰ সৈতে মিলি শিলসাঁকো উন্নয়ন সমিতিৰ বিষয়ববীয়া সঞ্জয় গোস্বামীয়ে সুৰক্ষিত ঠাইত সাজিলে ঘৰ। ইয়াৰ পিছতেই শিলসাঁকোত আজি পুনৰ উচ্ছেদিত লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি সঞ্জয় গোস্বামীৰ ঘৰ ঘেৰাও কৰে। নামঘৰৰ মাটি উচ্ছেদ কৰি উন্নয়ন সমিতিৰ বিষয়ববীয়া সঞ্জয় গোস্বামীয়ে সেই মাটিত নিজৰ ঘৰৰ ভেটি উঠোৱাক লৈ শিলসাঁকোৰ উচ্ছেদিত ৰাইজ ক্ষোভিত হৈ পৰিছে। […]