Posted inNews

মহানগৰীৰ শিলসাঁকোত পুনৰ প্ৰতিবাদ উচ্ছেদিত ৰাইজৰ

নিউজ ডেস্ক: মহানগৰীৰ শিলসাঁকোত পুনৰ প্ৰতিবাদ উচ্ছেদিত ৰাইজৰ। উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে জনতাই। মংগলবাৰে নিশা হাতে হাতে মম লৈ শতাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ। শিলসাঁকোত পুনৰ উচ্ছেদ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ক্ষোভিত জনতাই। লগতে শীঘ্ৰে ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰো দাবী উত্থাপন কৰে তেওঁলোকে। প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে কয়, “চৰকাৰে আমাক চকু […]