Posted inঅসম

নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

নাজিৰাঃ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে নাজিৰাৰ শিমলুগুৰি আৰক্ষী। পুনৰ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় শিমলুগুৰি আৰক্ষীয়ে। আটকাধীন তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে নিৰেন বৰুৱা, দিগন্ত ৰাজখোৱা ওৰফে ডাঙৰ ভাই,অমৃত কৰ্মকাৰ ওৰফে ৰাজকুমাৰ। আৰু পঢ়কঃধুবুৰীত বিলাতী সুৰা ,চুলাই মদ সহ এজনক আটক ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটা ম’বাইল আৰু ড্ৰাগছ । বৃহস্পতিবাৰৰ […]