Posted inNews

ছিংগাপুৰত নাবালিকাক যৌন উৎপীড়ন চলোৱা ভাৰতীয় যুৱকক কাৰাদণ্ড

নিউজ ডেস্ক: ছিংগাপুৰত এগৰাকী নাবালিকাক যৌন উৎপীড়ন চলোৱাৰ অপৰাধত শুকুৰবাৰে দেশখনৰ আদালতে এজন ভাৰতীয় নাগৰিকক এবছৰৰ কাৰাদণ্ড বিহে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে জীৱনান্দন গোবিন্দন নামৰ ৩০ বছৰীয়া যুৱকজনে যোৱা বছৰ ছিংগাপুৰত এগৰাকী ১১ বছৰীয়া নাবালিকাক যৌন উৎপীড়ন চলাইছিল। আদালতে জনোৱা মতে যোৱা বছৰ ২৩ ফেব্ৰুৱাৰীত প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত গোবিন্দনে এগৰাকী ১১ বছৰীয়া […]