গুৱাহাটীঃ অসমৰ জনপ্ৰিয় কন্ঠশিল্পী অপূৰ্ব বেজবৰুৱা গুৰুতৰ ভাৱে অসুস্থ। সোমবাৰে পুৱা ১০ মান বজাত হঠাতে অসুস্থ হৈ অচেতন হৈ পৰে শিল্পীগৰাকী। শিল্পীগৰাকীক পৰিয়ালৰ লোকে লগে লগে এম্বুলেন্সেৰে দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱায়। লগতে পঢ়কঃবেণু মিশ্ৰ সোঁৱৰণি এন আৰ এল বঁটা ২০২২ ঘোষণা চিটি স্কেন ৰিপ’ৰ্টত তেওঁ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে। বৰ্তমান সংকটজনক […]