Posted inঅসম

কন্ঠ শিল্পী ডিম্পল পূণ্যৰ নিজৰ অভিনয়ৰে ভিডিঅ’গীত মুকলি

গোগামুখঃ অসমৰ এগৰাকী উদীয়মান কন্ঠ শিল্পী ডিম্পল পূণ্যই বিভিন্ন সময়ত কন্ঠদান কৰি ৰাইজৰ মৰম আৰু আৰ্শীবাদ বুটলিবলৈ সক্ষম হৈছিল। কিন্তু লকডাউন বাবে দুটা বছৰে কাম কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যা সন্মুখীন হ’ব লগা হৈছিল। উল্লেখ্য যে সকলো সমস্যা নেওচি উদিয়মান কন্ঠ শিল্পী গৰাকী য়ে উজনি অসমৰ আগশাৰীৰ গীত বাণীবদ্ধ ষ্টুডিঅ’ গোগামুখ স্থিত “অৱটিক ” […]