Posted inইষ্ট ম'জ' বিশেষ

মই হিমেশ ৰেশমিয়াৰ সৈতে কেতিয়াও গান নাগাও

নিউজ ডেস্কঃ ক্ৰীড়া জগতখনেৰে কেৰিয়াৰ আৰম্ভ কৰি পিছলৈ সংগীতৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা অসমৰ এগৰাকী প্ৰতিভাবান জনপ্ৰিয় কন্ঠশিল্পী তুষাৰ অৰ্জুন। কুংফু মাৰ্শ্বাল আৰ্টছৰ চেম্পিয়ন হিচাপে তেওঁ সোণৰ পদক অৰ্জন কৰিছিল আৰু উত্তৰ-পূবৰ Best fighter সন্মানো লাভ কৰিছিল। পিছে জীৱনৰ বাটত হঠাৎ সলনি হৈ গ’ল তেওঁৰ কেৰিয়াৰ। দিনক দিনে সংগীতৰ প্ৰতিহে তেওঁৰ আগ্ৰহ বাঢ়িবলৈ ধৰিলে। […]