Posted inঅসম

প্ৰাণ ৰক্ষাৰ বাবে নিৰাপদ স্থান বিচাৰি হাহাকাৰ জনসাধাৰণৰ

ছিপাঝাৰ : বৃহস্পতিবাৰৰ নিশাটো পশ্চিম দৰঙৰ বাবে যেন কালৰাত্ৰিত পৰিনত হ’ল। কিয়নো জিলাখনৰ খৰস্ৰোতা আৰু বয়াবহ নদী ননৈ নদীৰ কালৰূপ বাঢ়নী পানীয়ে জিলাখনৰ পশ্চিম প্ৰান্তৰ ছিপাঝাৰ সমষ্টিৰত চাৰি ঠাইত মঠাউৰি ভাঙি জিলাখনৰ পশ্চিম প্ৰান্তত কাল অমানিশা কঢ়িয়াই আনে। বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত ননৈ নদীৰ পশ্চিম পাৰৰ দিপীলা চকৰ সমীপত ৰত্নাৱলী সত্ৰৰ প্ৰায় কাষত […]