Posted inঅসম

ছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰত সোমাল শিক্ষক

ছিপাঝাৰঃ পুনৰ শিক্ষকৰ দৰে এক পবিত্ৰ বৃত্তিত কালিমা। ছিপাঝাৰত ছাত্রীক যৌন আতিশয্য চলাই ৰঙাঘৰত সোমাল এজন শিক্ষক। লম্পট শিক্ষকজন হ’ল ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তর্গত শালমাছ উঠা প্রাথমিক বিদ্যালয়ৰ শিক্ষক কোষেশ্বৰ বৰা ৷ শিক্ষক কুষেশ্বৰ বৰাই বিদ্যালয়তে ধনৰ প্রলোভনেৰে ছাত্রী এগৰাকীক যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে পঢ়কঃডুমডুমা কাক’জান বনাঞ্চলত বনৰীয়া হাতী নিধন শিক্ষকজনৰ বিৰুদ্ধে […]