গুৱাহাটী : বাধাগ্ৰস্ত লোক সকলক সমধিকাৰ আৰু সমমৰ্যাদা প্ৰদান কৰাৰ বাবে ‘বাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬’ প্ৰৱৰ্তন কৰা হৈছে যদিও বাধাগ্ৰস্ত লোক সকল বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰ সমূহ লাভ কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আহিছে। বাধাগ্ৰস্ত লোক সকলে যাতে তেওঁলোকৰ অধিকাৰ সমূহ লাভ কৰিবলৈ সক্ষম হয় এই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰৰ সমাজ কল্যান বিভাগে এক […]