সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰত আংশিক লকডাউনৰ প্ৰভাৱ | ৰাজ্যৰ আগশাৰীৰ গাখীৰ উৎপাদন কেন্দ্ৰ হিচাবে প্ৰতিষ্ঠিত সীতাজখলা দুগ্ধ উৎপাদন কেন্দ্ৰই এতিয়া তেওলোকক গাখীৰ যোগান ধৰা গো পালক সকলৰ পৰা মাত্ৰ এটা বেলাৰ গাখীৰ হে লোৱাৰ ফলত হাহাকাৰ লাগিছে গো পালক সকলৰ | ইয়াৰ ফলত গো পালক সকলে এতিয়া গাখীৰসমূহ তম দামতে স্থানীয় ভাবে দিব লগা হৈছে […]