দেওবাৰে শিৱসাগৰত অনুস্থিত যুৱদল প্ৰেক্ষাগৃহত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ৰংঘৰক কেন্দ্ৰ কৰি এটা পৰ্যটনক্ষেত্ৰ আৰু বিভিন্ন সা -সুবিধা থকা ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰা কথা উল্লেখ কৰে । ইতিমধ্যে তেওঁ জনাই যে, ৮৩ বিঘা ভূমি অধিগ্ৰহণ কৰি নক্সা তৈয়াৰ কৰা হৈছে। এই কথা তেওঁ বিশিষ্ট নাগৰিক, জাতীয় সংগঠনৰ প্ৰতিনিধি বৰ্গৰে হোৱা […]